মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ জল সম্পদ বিভাগ

অসমৰ নদী প্ৰণালী

বৰাক নদী প্ৰণালী

দুখন পাৰ্বত্য জিলাক বাদ দিলে বৰাক উপত্যকাৰ মুঠ মাটিকালি ৬৯২২ বৰ্গ কিঃমিঃ বুলি ধৰা হয়। বাৰিষা হোৱা পানীয়ে বৰাক নদীৰ লগতে ইয়াৰ উপনদী সমূহ পানীৰে ভৰি পৰে আৰু সকলোবোৰ পানী বৈ গৈ বাংলাদেশত পৰেগৈ। কাটখাল, জিৰী, ছিৰি, মধুৰা, লংগাই, সোনাই, ৰুকনী আৰু চিংলা এই উপত্যকাৰ মূল উপনদী হিচাপে ধৰা হয়।

ৰাজ্যনিৰ্গমন ক্ষেত্ৰ (বৰ্গ মিঃ)
মেঘালয়১০৬৫০
মণিপুৰ৯৫৬৭
মিজোৰাম৮৮৬৬
অসম৭২২৪
ত্ৰিপুৰা৪৬৮৮
নাগালেণ্ড৭২৮
মুঠ৪১৭২৩